ধ্যানযোগ - শ্লোকসমূহ শ্লোক ১৫
ধ্যানযোগ
শ্লোক ১৫
যুঞ্জন্নেৱং সদাত্মানং যোগী নিয়তমানসঃ |
শান্তিং নিৰ্বাণপৰমাং মৎসংস্থামধিগচ্ছতি ||৬-১৫||
অনুবাদ
এইদৰে সদায় মনক স্থিৰ কৰিবলৈ প্ৰয়াস কৰা সংযত চিত্তৰ যোগীয়ে মোৰ স্বৰূপত স্থিত পৰম নিৰ্বাণ বা মোক্ষৰূপ শান্তি লাভ কৰে।