ধ্যানযোগ - শ্লোকসমূহ শ্লোক ১৬
ধ্যানযোগ
শ্লোক ১৬
নাত্যশ্নতস্তু যোগোঽস্তি ন চৈকান্তমনশ্নতঃ |
ন চাতিস্বপ্নশীলস্য জাগ্ৰতো নৈৱ চাৰ্জুন ||৬-১৬||
অনুবাদ
হে অৰ্জুন! অতি ভোজন কৰা বা একেবাৰে ভোজন নকৰা, আৰু অতি শয়ন কৰা বা সদায় সাৰে থকা ব্যক্তিৰ বাবে এই যোগ সম্ভৱ নহয়।