ৰাজবিদ্যা ৰাজগুহ্যযোগ - শ্লোকসমূহ শ্লোক ১১
ৰাজবিদ্যা ৰাজগুহ্যযোগ
শ্লোক ১১
অৱজানন্তি মাং মূঢ়া মানুষীং তনুমাশ্ৰিতম্ |
পৰং ভাৱমজানন্তো মম ভূতমহেশ্বৰম্ ||৯-১১||
অনুবাদ
মূঢ় লোকসকলে মোক মানৱ শৰীৰধাৰী বুলি অৱজ্ঞা কৰে, তেওঁলোকে মোৰ পৰম ঈশ্বৰীয় স্বৰূপৰ বিষয়ে একো নাজানে।