ৰাজবিদ্যা ৰাজগুহ্যযোগ - শ্লোকসমূহ শ্লোক ১২
ৰাজবিদ্যা ৰাজগুহ্যযোগ
শ্লোক ১২
মোঘাশা মোঘকৰ্ম্মাণো মোঘজ্ঞানা ৱিচেতসঃ |
ৰাক্ষসীমাসুৰীং চৈৱ প্ৰকৃতিং মোহিনীং শ্ৰিতাঃ ||৯-১২||
অনুবাদ
সেই মূঢ়সকলৰ আশা, কৰ্ম আৰু জ্ঞান সকলো নিষ্ফল। তেওঁলোকে ৰাক্ষস আৰু অসুৰৰ মোহগ্ৰস্ত স্বভাৱক আশ্ৰয় কৰি থাকে।