জ্ঞানবিজ্ঞানযোগ - Verse শ্লোক ৫
জ্ঞানবিজ্ঞানযোগ
শ্লোক ৫
অপরেয়মিতস্ত্বন্যাং প্রকৃতিং বিদ্ধি মে পরাম্ |
জীবভূতাং মহাবাহো যয়েদং ধাৰ্যতে জগৎ ||৭-৫||
Translation
হে মহাবাহু! এয়া মোৰ অপৰা প্ৰকৃতি। ইয়াৰ পৰা পৃথক মোৰ জীৱৰূপী পৰা প্ৰকৃতিৰ বিষয়ে জানা, যি এই জগতক ধাৰণ কৰি আছে।