ধ্যানযোগ - Verse শ্লোক ৫
ধ্যানযোগ
শ্লোক ৫
উদ্ধৰেদাত্মনাত্মানং নাত্মানমৱসাদয়েৎ |
আত্মৈৱ হ্যত্মনো বন্ধুৰাত্মৈৱ ৰিপুৰাত্মনঃ ||৬-৫||
Translation
মনুষ্যই নিজৰ দ্বাৰা নিজৰ উদ্ধাৰ কৰিব লাগে, নিজৰ পতন ঘটাব নালাগে; কাৰণ আত্মাই আত্মাৰ বন্ধু আৰু আত্মাই আত্মাৰ শত্ৰু।