জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ২১
শ্লোক ২১
নিৰাশীৰ্যতচিত্তাত্মা ত্যক্তসৰ্বপৰিগ্ৰহঃ |
শাৰীৰং কেৱলং কৰ্ম কুৰ্ৱন্নাপ্নোতি কিল্বিষম্ ||৪-২১||
Translation
যি আশাহীন, যাৰ চিত্ত আৰু আত্মা সংযত, যিয়ে সকলো পৰিগ্ৰহ ত্যাগ কৰিছে, তেওঁ কেৱল শাৰীৰিক কৰ্ম কৰিও পাপত লিপ্ত নহয়।