জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ২২
শ্লোক ২২
যদৃচ্ছালাভসন্তুষ্টো দ্বন্দ্বাতীতো বিমৎসৰঃ |
সমঃ সিদ্ধাৱসিদ্ধৌ চ কৃৎৱাপি ন নিবধ্যতে ||৪-২২||
Translation
যি যি পোৱা যায় তাতে সন্তুষ্ট, দ্বন্দ্বৰ পৰা অতীত, ঈৰ্ষাহীন আৰু সিদ্ধি-অসিদ্ধিত সমভাৱাপন্ন, তেওঁ কৰ্ম কৰিও বন্ধনত নপৰে।