জ্ঞানকৰ্মসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ২৩
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ২৩
গতসঙ্গস্য মুক্তস্য জ্ঞানাবস্থিতচেতসঃ |
যজ্ঞায়াচৰতঃ কৰ্ম সমগ্ৰং প্ৰৱিলীয়তে ||৪-২৩||
অনুবাদ
যি আসক্তিমুক্ত, যাৰ চিত্ত জ্ঞানত অৱস্থিত, যজ্ঞৰ বাবে কৰ্ম কৰা এনে পুৰুষৰ সকলো কৰ্ম বিলীন হৈ যায়।