জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ২০
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ২০
ত্যক্ত্বা কৰ্মফলাসঙ্গং নিত্যতৃপ্তো নিৰাশ্ৰয়ঃ |
কৰ্মণ্যভিপ্ৰবৃত্তোঽপি নৈৱ কিঞ্চিৎকৰোতি সঃ ||৪-২০||
Translation
যি কৰ্মফলৰ আসক্তি ত্যাগ কৰি নিত্য তৃপ্ত আৰু নিৰাশ্ৰয়, তেওঁ কৰ্মত প্ৰবৃত্ত হৈও একো নকৰে।