সাংখ্যযোগ - Verse শ্লোক ৪৬
সাংখ্যযোগ
শ্লোক ৪৬
যাবানর্থ উদপানে সর্বতঃ সম্প্লুতোদকে |
তাৱানসর্বেষু বেদেষু ব্রাহ্মণস্য বিজানতঃ ||২-৪৬||
শ্রীভগবানুবাচ
Translation
সকলোফালে পানী থকা ঠাইত সৰু পুখুৰীৰ যিমান প্ৰয়োজন, আত্মজ্ঞানী ব্ৰাহ্মণৰ বাবে সকলো বেদৰ প্ৰয়োজন সিমানখিনিয়েই।