সাংখ্যযোগ - Verse শ্লোক ৪৭
সাংখ্যযোগ
শ্লোক ৪৭
কর্মণ্যেৱাধিকৰাস্তে মা ফলেষু কদাচন |
মা কর্মফলহেতুর্ভূর্মা তে সঙ্গোঽস্ত্বকর্মণি ||২-৪৭||
শ্রীভগবানুবাচ
Translation
কৰ্ম কৰাতহে তোমাৰ অধিকাৰ, ফলত কেতিয়াও নহয়। তুমি কৰ্মফলৰ কাৰণ নহ’বা আৰু অকর্মতো আসক্ত নহ’বা।