সাংখ্যযোগ - Verse শ্লোক ৪৮
শ্লোক ৪৮
যোগস্থঃ কুৰু কৰ্মাণি সঙ্গং ত্যক্ত্বা ধনঞ্জয |
সিদ্ধ্যসিদ্ধ্যোঃ সমো ভূত্বা সমত্বং যোগ উচ্যতে ||২-৪৮||
Translation
হে ধনঞ্জয়! আসক্তি ত্যাগ কৰি, সিদ্ধি আৰু অসিদ্ধিত সমভাৱে থাকি যোগত অৱস্থান কৰি কৰ্ম কৰা। এই সমভাৱকেই যোগ বোলে।