সাংখ্যযোগ - Verse শ্লোক ৪৯
সাংখ্যযোগ
শ্লোক ৪৯
দূৰেণ হ্যৱরং কর্ম বুদ্ধযোগাদ্ধনঞ্জয |
বুদ্ধৌ শৰণমন্ৱিচ্ছ কৃপণাঃ ফলহেতৱঃ ||২-৪৯||
শ্রীভগবানুবাচ
Translation
হে ধনঞ্জয়! বুদ্ধিয়োগতকৈ সকাম কৰ্ম অতি নিকৃষ্ট। সেয়ে বুদ্ধিৰ শৰণ লোৱা। ফলৰ আশা কৰাসকল কৃপণ (দীন)।