মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৩৫
মোক্ষসন্ন্যাসযোগ
শ্লোক ৩৫
যয়া স্বপ্নং ভয়ং শোকং বিষাদং মদমেব চ |
ন বিমুঞ্চতি দুৰ্মেধা ধৃতিঃ সা পাৰ্থ তামসী ||১৮-৩৫||
Translation
হে পাৰ্থ! যি ধৃতিৰ দ্বাৰা দুৰ্বুদ্ধি পুৰুষে সপোন, ভয়, শোক, বিষাদ আৰু মদক ত্যাগ নকৰে, সেই ধৃতি তামসী।