মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৩৪
মোক্ষসন্ন্যাসযোগ
শ্লোক ৩৪
যয়া তু ধৰ্মকামার্থান্ধৃত্যা ধাৰয়তেহৰ্জুন |
প্ৰসঙ্গেন ফলাকাঙ্ক্ষী ধৃতিঃ সা পাৰ্থ ৰাজসী ||১৮-৩৪||
Translation
হে অৰ্জুন! কৰ্মফলৰ প্ৰাৰ্থী পুৰুষে যি ধৃতিৰ দ্বাৰা ধৰ্ম, অৰ্থ আৰু কামক আসক্তিৰে ধাৰণ কৰে, সেই ধৃতি ৰাজসী।