মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৩৩
শ্লোক ৩৩
ধৃত্যা যয়া ধাৰয়তে মনঃপ্ৰাণেন্দ্ৰিয়ক্ৰিয়াঃ |
যোগেনাব্যভিচাৰিণ্যা ধৃতিঃ সা পাৰ্থ সাত্ত্বিকী ||১৮-৩৩||
Translation
হে পাৰ্থ! যি ধৃতিৰ দ্বাৰা মানুহে যোগাভ্যাসৰ জৰিয়তে মন, প্ৰাণ আৰু ইন্দ্ৰিয়ৰ ক্ৰিয়াক ধাৰণ কৰে, সেই ধৃতি সাত্ত্বিকী।