মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৩২
শ্লোক ৩২
অধৰ্মং ধৰ্মমিতি যা মন্যতে তমসাবৃতা |
সৰ্বার্থান্বিপৰীতানশ্চ বুদ্ধিঃ সা পাৰ্থ তামসী ||১৮-৩২||
Translation
হে পাৰ্থ! তমোগুণেৰে আৱৃত যি বুদ্ধিয়ে অধৰ্মক ধৰ্ম বুলি ভাবে আৰু সকলো বস্তুকে বিপৰীত ৰূপত জানে, সেই বুদ্ধি তামসী।