মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৩১
মোক্ষসন্ন্যাসযোগ
শ্লোক ৩১
যয়া ধৰ্মমধৰ্মঞ্চ কাৰ্যঞ্চাকাৰ্যমেব চ |
অযথাবৎপ্ৰজানাত বুদ্ধিঃ সা পাৰ্থ ৰাজসী ||১৮-৩১||
Translation
হে পাৰ্থ! যি বুদ্ধিৰ দ্বাৰা মানুহে ধৰ্ম আৰু অধৰ্ম তথা কৰ্তব্য আৰু অকর্তব্যক যথাবিধি নাজানে, সেই বুদ্ধি ৰাজসী।