মোক্ষসন্ন্যাসযোগ - শ্লোকসমূহ শ্লোক ৩০
শ্লোক ৩০
প্ৰবৃত্তিঞ্চ নিবৃত্তিঞ্চ কাৰ্যাকাৰ্যে ভয়ভয়ে |
বন্ধং মোক্ষঞ্চ যা বেত্তি বুদ্ধিঃ সা পাৰ্থ সাত্ত্বিকী ||১৮-৩০||
অনুবাদ
হে পাৰ্থ! যি বুদ্ধিয়ে প্ৰবৃত্তি আৰু নিবৃত্তি, কাৰ্য আৰু অকাৰ্য, ভয় আৰু অভয় তথা বন্ধন আৰু মোক্ষক তত্ত্বত জানে, সেই বুদ্ধিয়েই সাত্ত্বিকী।