গুণত্ৰয়বিভাগযোগ - Verse শ্লোক ১২
গুণত্ৰয়বিভাগযোগ
শ্লোক ১২
লোভঃ প্ৰবৃত্তিয়াৰম্ভঃ কৰ্মণামশমঃ স্পৃহা |
ৰজস্যেতানি জায়ন্তে বিবৃদ্ধে ভৰতৰ্ষভ ||১৪-১২||
Translation
হে ভৰতশ্ৰেষ্ঠ! ৰজোগুণ বৃদ্ধি পালে লোভ, কৰ্মত প্ৰবৃত্তি, অশান্তি আৰু কামনা আদি উৎপন্ন হয়।