গুণত্ৰয়বিভাগযোগ - Verse শ্লোক ১১
শ্লোক ১১
সৰ্বদ্বাৰেষু দেহেঽস্মিন্প্ৰকাশ উপজায়তে |
জ্ঞানং যদা তদা বিদ্যাদ্বিবৃদ্ধং সত্ত্বমিত্যুত ||১৪-১১||
Translation
যেতিয়া এই শৰীৰৰ সকলো দ্বাৰত অৰ্থাৎ ইন্দ্ৰিয়সমূহত জ্ঞানৰ প্ৰকাশ ঘটে, তেতিয়া সত্ত্বগুণ বৃদ্ধি পাইছে বুলি জানিবা।