গুণত্ৰয়বিভাগযোগ - Verse শ্লোক ১৩
গুণত্ৰয়বিভাগযোগ
শ্লোক ১৩
অপ্ৰকাশোঽপ্ৰবৃত্তিশ্চ প্ৰমাদো মোহ এৱ চ |
তমস্যেতানি জায়ন্তে বিবৃদ্ধে কুৰুনন্দন ||১৪-১৩||
Translation
হে কুৰুনন্দন! তমোগুণ বৃদ্ধি পালে জ্ঞানৰ অভাৱ, কৰ্মত অনাগ্ৰহ, প্ৰমাদ আৰু মোহ আদি উৎপন্ন হয়।