অক্ষৰব্ৰহ্মযোগ - Verse শ্লোক ২৩
শ্লোক ২৩
যত্র কালে ত্বনাবৃত্তিমাবৃত্তিং চৈব যোগিনঃ |
প্ৰয়াতা যান্তি তং কালং বক্ষ্যামি ভরতর্ষভ ||৮-২৩||
Translation
হে ভৰতশ্ৰেষ্ঠ! যি কালত দেহ ত্যাগ কৰি যোগীসকলে পুনৰাবৃত্তিহীন অৱস্থা বা পুনৰাবৃত্তি লাভ কৰে, সেই কালৰ বিষয়ে মই তোমাক ক’ম।