অক্ষৰব্ৰহ্মযোগ - Verse শ্লোক ২৪
শ্লোক ২৪
অগ্নির্জোতিরহঃ শুক্লঃ ষণ্মাসা উত্তরায়ণম্ |
তত্ৰ প্ৰয়াতা গচ্ছন্তি ব্ৰহ্ম ব্ৰহ্মবিদো জনাঃ ||৮-২৪||
Translation
যি ব্ৰহ্মজ্ঞসকলে অগ্নি, জ্যোতি, দিন, শুক্লপক্ষ আৰু উত্তৰায়ণৰ ছমাহৰ পথৰে গমন কৰে, তেওঁলোকে ব্ৰহ্মক প্ৰাপ্ত হয়।