ধ্যানযোগ - Verse শ্লোক ২৬
ধ্যানযোগ
শ্লোক ২৬
যতো যতো নিশ্চৰতি মনশ্চঞ্চলমস্থিৰম্ |
ততস্ততো নিয়ম্যৈতদাত্মন্যেৱ বশং নয়েৎ ||৬-২৬||
Translation
চঞ্চল আৰু অস্থিৰ মন যি যি কাৰণত বিষয়ৰ ফালে ধাৱমান হয়, সেই সেই কাৰণৰ পৰা তাক আঁতৰাই আনি নিজৰ বশলৈ আনিব লাগে।