কৰ্মসন্ন্যাসযোগ - Verse শ্লোক ১৩
শ্লোক ১৩
সৰ্বকৰ্মাণি মনসা সংন্যস্যাস্তে সুখং বশী |
নবদ্বাৰে পুৰে দেহী নৈব কুৰ্বন্ন কাৰয়ন্ ||৫-১৩||
Translation
সকলো কৰ্ম মনৰ দ্বাৰা সংন্যাস কৰি, সংযমী পুৰুষে ন-দ্বাৰযুক্ত শৰীৰৰূপ নগৰীত সুখেৰে বাস কৰে, তেওঁ নিজে একো নকৰে আৰু আনকো কৰিবলৈ নলগায়।