কৰ্মসন্ন্যাসযোগ - Verse শ্লোক ১২
শ্লোক ১২
যুক্তঃ কৰ্মফলং ত্যক্ত্বা শান্তিমাপ্নোতি নৈষ্ঠিকীম্ |
অযুক্তঃ কামকাৰেণ ফলে সক্তো নিবধ্যতে ||৫-১২||
Translation
যুক্ত পুৰুষে কৰ্মফল ত্যাগ কৰি পৰম শান্তি লাভ কৰে; কিন্তু অযুক্ত পুৰুষে ফলৰ প্ৰতি আসক্ত হৈ কামনাৰ দ্বাৰা বান্ধ খাই পৰে।