জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ৪১
শ্লোক ৪১
যোগসংন্যস্ত কৰ্মাণং জ্ঞানসঞ্জ্ছিন্নসংশয়ম্ |
আত্মৱন্তং ন কৰ্মাণি নিবধ্নন্তি ধনঞ্জয় ||৪-৪১||
Translation
যিয়ে যোগৰ দ্বাৰা কৰ্ম ত্যাগ কৰিছে, জ্ঞানৰ দ্বাৰা যাৰ সংশয় ছিন্ন হৈছে, সেই আত্মৱান পুৰুষক হে ধনঞ্জয়! কৰ্মই বন্ধনত পেলাব নোৱাৰে।