জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ৪২
শ্লোক ৪২
তস্মাদজ্ঞানসম্ভূতং হৃৎস্থং জ্ঞানাসিনাত্মনঃ |
ছিত্ত্বৈনং সংশয়ং যোগমাতিষ্ঠোত্তিষ্ঠ ভাৰত ||৪-৪২||
Translation
সেয়েহে হৃদয়ত অৱস্থিত অজ্ঞানজাত সংশয়ক জ্ঞানৰূপ তৰোৱালেৰে কাটি, হে ভাৰত! যোগৰ আশ্ৰয় লৈ যুদ্ধৰ বাবে থিয় হোৱা।