জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ৪০
জ্ঞানকৰ্মসন্ন্যাসযোগ
শ্লোক ৪০
অজ্ঞশ্চাশ্ৰদ্দধানশ্চ সংশয়াত্মা বিনশ্যতি |
নায়ং লোকোঽস্তি ন পৰো ন সুখং সংশয়াত্মনঃ ||৪-৪০||
Translation
অজ্ঞানী, শ্ৰদ্ধাহীন আৰু সংশয়ী পুৰুষৰ বিনাশ হয়। সংশয়ী পুৰুষৰ বাবে এই লোকো নাই, পৰলোকো নাই, সুখো নাই।