জ্ঞানকৰ্মসন্ন্যাসযোগ - Verse শ্লোক ৩৯
শ্লোক ৩৯
শ্ৰদ্ধাৱাল্লভতে জ্ঞানং তৎপৰঃ সংযতেন্দ্ৰিয়ঃ |
জ্ঞানং লব্ধ্বা পৰাং শান্তিমচিৰেণাধিগচ্ছতি ||৪-৩৯||
Translation
শ্ৰদ্ধাৱান, তৎপৰ আৰু সংযতেন্দ্ৰিয় পুৰুষে জ্ঞান লাভ কৰে। জ্ঞান লাভ কৰি তেওঁ অতি সোনকালে পৰম শান্তি প্ৰাপ্ত হয়।