মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৪১
মোক্ষসন্ন্যাসযোগ
শ্লোক ৪১
ব্ৰাহ্মণক্ষত্ৰিয়বিশাং শূদ্ৰাণাঞ্চ পৰন্তপ |
কৰ্মাণি প্ৰবিভক্তানি স্বভাৱপ্ৰভবৈৰ্গুণৈঃ ||১৮-৪১||
Translation
হে পৰন্তপ! ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰসকলৰ কৰ্ম স্বভাৱজাত গুণৰ দ্বাৰা বিভক্ত কৰা হৈছে।