মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৪০
শ্লোক ৪০
ন তদস্তি পৃথিব্যাং বা দিবি দেবেষু বা পুনঃ |
সত্ত্বং প্ৰকৃতিজৈৰ্মুক্তং যদেভিঃ স্যাৎত্ৰিভিৰ্গুণৈঃ ||১৮-৪০||
Translation
পৃথিৱীত বা স্বৰ্গৰ দেৱতাসকলৰ মাজত এনে কোনো প্ৰাণী নাই যি প্ৰকৃতিৰ পৰা উৎপন্ন এই তিনিটা গুণৰ পৰা মুক্ত।