মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৪২
মোক্ষসন্ন্যাসযোগ
শ্লোক ৪২
শমো দমস্তপঃ শৌচং ক্ষান্তীৰাৰ্জবমেব চ |
জ্ঞানং বিজ্ঞানমাস্তিক্যং ব্ৰহ্মকৰ্ম স্বভাৱজম্ ||১৮-৪২||
Translation
শম, দম, তপস্যা, শৌচ, ক্ষমা, সৰলতা, জ্ঞান, বিজ্ঞান আৰু আস্তিকতা - এইবোৰ ব্ৰাহ্মণৰ স্বাভাৱিক কৰ্ম।