মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ৪৩
মোক্ষসন্ন্যাসযোগ
শ্লোক ৪৩
শৌৰ্যং তেজো ধৃতিৰ্দাক্ষ্যং যুদ্ধে চাপ্যপলায়নম্ |
দানমীশ্বৰভাবশ্চ ক্ষাত্ৰং কৰ্ম স্বভাৱজম্ ||১৮-৪৩||
Translation
শৌৰ্য, তেজ, ধৈৰ্য, দক্ষতা, যুদ্ধত পলাই নযোৱা, দান আৰু ঈশ্বৰভাব - এইবোৰ ক্ষত্ৰিয়ৰ স্বাভাৱিক কৰ্ম।