গুণত্ৰয়বিভাগযোগ - Verse শ্লোক ১৫
গুণত্ৰয়বিভাগযোগ
শ্লোক ১৫
ৰজসি প্ৰলয়ং গত্বা কৰ্মসঙ্গিষু জায়তে |
তথা প্ৰলীনস্তমসি মূঢ়যোনিষু জায়তে ||১৪-১৫||
Translation
ৰজোগুণত মৃত্যু হ’লে কৰ্মত আসক্ত লোকৰ মাজত জন্ম হয় আৰু তমোগুণত মৃত্যু হ’লে মূঢ় যোনিত জন্ম হয়।