ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ - Verse শ্লোক ১৩
ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ
শ্লোক ১৩
জ্ঞেয়ং যত্তৎপ্ৰবক্ষ্যামি যজ্ঞাত্বামৃতমশ্নুতে |
অনাদিমৎপৰং ব্ৰহ্ম ন সত্তন্নাসদুচ্যতে ||১৩-১৩||
Translation
মই সেই জ্ঞেয়ক ক’ম, যি জানিলে অমৃত লাভ কৰা যায়। সেয়া হৈছে অনাদি পৰম ব্ৰহ্ম, যি সৎ বা অসৎ একোৱেই নহয়।