ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ - Verse শ্লোক ১৪
ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ
শ্লোক ১৪
সৰ্বতঃ পাণিপাদং তৎসৰ্বতোঽক্ষিশিৰোমুখম্ |
সৰ্বতঃ শ্ৰুতিমল্লোকে সৰ্বমাবৃত্য তিষ্ঠতি ||১৩-১৪||
Translation
সেই ব্ৰহ্মৰ সকলোফালে হাত-ভৰি, চকু, মূৰ, মুখ আৰু কাণ আছে; তেওঁ জগতত সকলোকে আৱৰি আছে।