ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ - Verse শ্লোক ২২
ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ
শ্লোক ২২
পুৰুষঃ প্ৰকৃতিস্থো হি ভুঙক্তে প্ৰকৃতিজান্ গুণান্ |
কাৰণং গুণসঙ্গোঽস্য সদসদ্যোনিজন্মসু ||১৩-২২||
Translation
প্ৰকৃতিস্থ পুৰুষে প্ৰকৃতিজাত গুণসমূহ ভোগ কৰে। গুণৰ সঙ্গই তেওঁৰ সৎ আৰু অসৎ যোনিত জন্মৰ কাৰণ।