বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৮
শ্লোক ৮
ন তু মাং শক্যসে দ্ৰষ্টুমনেনৈব স্বচক্ষুষা |
দিব্যং দদামি তে চক্ষুঃ পশ্য মে যোগমৈশ্বৰম্ ||১১-৮||
Translation
কিন্তু তুমি তোমাৰ এই প্ৰাকৃত চকুৰে মোক দেখা পোৱাত সমৰ্থ নহ’বা; সেয়ে মই তোমাক দিব্য চকু প্ৰদান কৰিলোঁ, তাৰ দ্বাৰা মোৰ ঐশ্বৰিক যোগ দৰ্শন কৰা।