বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৯
বিশ্বরূপদৰ্শনযোগ
শ্লোক ৯
সঞ্জয় উবাচ |
এবমুক্ত্বা ততো ৰাজনমহাযোগেশ্বৰো হৰিঃ |
দৰ্শয়ামাস পাৰ্থায় পৰমং ৰূপমৈশ্বৰম্ ||১১-৯||
সঞ্জয় উবাচ
Translation
সঞ্জয়ে ক’লে -- হে ৰাজন! এইদৰে কৈ মহাযোগেশ্বৰ হৰিয়ে অৰ্জুনক তেওঁৰ পৰম ঐশ্বৰিক ৰূপ প্ৰদৰ্শন কৰিলে।