বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৭
বিশ্বরূপদৰ্শনযোগ
শ্লোক ৭
ইহৈকস্থং জগৎকৃৎস্নং পশ্যাদ্য সচৰাচৰম্ |
মম দেহে গুড়াকেশ যচ্চান্যদ্ দ্ৰষ্টুমিচ্ছসি ||১১-৭||
Translation
হে গুড়াকেশ! আজি মোৰ এই শৰীৰত চৰাচৰ জগতক এক স্থানত অৱস্থিত দেখা, আৰু তুমি যি যি চাবলৈ ইচ্ছা কৰা, সেয়াও চোৱা।