বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৪৮
শ্লোক ৪৮
ন বেদযজ্ঞাধ্যায়নৈৰ্ন দানৈৰ্-
ন চ ক্ৰিয়াভিৰ্ন তপোভিৰুগ্ৰৈঃ |
এৱংৰূপঃ শক্য অহং নৃলোকে
দ্ৰষ্টুং ত্বদন্যেন কুৰুপ্ৰৱীৰ ||১১-৪৮||
Translation
হে কুৰুপ্ৰৱীৰ! তোমাৰ বাহিৰে এই মনুষ্য লোকত বেদ, যজ্ঞ, দান বা উগ্ৰ তপস্যাৰ দ্বাৰা মোক এই ৰূপত দেখা পোৱা অসম্ভৱ।