বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৪৭
শ্লোক ৪৭
শ্ৰীভগৱানুবাচ |
ময়া প্ৰসন্নেন তৱাৰ্জুনেদং
ৰূপং পৰং দৰ্শিতমাত্মযোগাৎ |
তেজোময়ং বিশ্বমনন্তমাদ্যং
যন্মে ত্বদন্যেন ন দৃষ্টপূৰ্বম্ ||১১-৪৭||
Translation
শ্ৰীভগৱানে ক’লে -- হে অৰ্জুন! তোমাৰ প্ৰতি প্ৰসন্ন হৈ মই মোৰ যোগশক্তিৰে এই পৰম তেজোময় বিশ্বৰূপ দেখুৱালোঁ, যি তোমাৰ বাহিৰে আন কোনেও দেখা নাই।