বিশ্বরূপদৰ্শনযোগ - Verse শ্লোক ৪৬
শ্লোক ৪৬
কিৰীটিনং গদিনং চক্ৰহস্তং
ইচ্ছামি ত্বাং দ্ৰষ্টুমহং তথৈৱ |
তেনৈৱ ৰূপেণ চতুৰ্ভুজেন
সহস্ৰবাহো ভৱ বিশ্বমূৰ্তে ||১১-৪৬||
Translation
মই আপোনাক সেই কিৰীট, গদা আৰু চক্ৰধাৰী চতুৰ্ভুজ ৰূপত চাবলৈ ইচ্ছা কৰোঁ। হে বিশ্বমূৰ্তি! হে সহস্ৰবাহু! আপুনি সেই ৰূপ ধাৰণ কৰক।