অৰ্জুনবিষাদযোগ - Verse শ্লোক ৩৫
শ্লোক ৩৫
এতান্ন হন্তুম ইচ্ছামি ঘ্নতোঽপি মধুসূদন |
অপি ত্ৰৈলোক্যৰাজ্যস্য হেতোঃ কিং নু মহীকৃতে ||১-৩৫||
Translation
হে মধুসূদন! এওঁলোকে মোক মাৰিলেও অথবা ত্ৰৈলোক্যৰ ৰাজ্যৰ বাবেও মই এওঁলোকক মাৰিব নিবিচাৰোঁ, পৃথিৱীৰ বাবে তেন্তে কি ক’ম?