অৰ্জুনবিষাদযোগ - Verse শ্লোক ৩৬
শ্লোক ৩৬
নিহত্য ধাৰ্তৰাষ্ট্ৰান্নঃ কা প্ৰীতিঃ স্যাজ্জনাৰ্দন |
পাপমেৱাশ্ৰয়েদস্মানহত্বৈতানাততায়িনঃ ||১-৩৬||
Translation
হে জনাৰ্দন! ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক হত্যা কৰি আমাৰ কি প্ৰসন্নতা হ’ব? এই আততায়ীবোৰক মাৰি আমাৰ কেৱল পাপহে লাগিব।