ৰাজবিদ্যা ৰাজগুহ্যযোগ - Verse শ্লোক ৮ আৰু ৯
শ্লোক ৮ আৰু ৯
প্ৰকৃতিং স্বামৱষ্টভ্য বিসৃজামি পুনঃ পুনঃ |
ভূতগ্ৰামমিমং কৃৎস্নমৱশং প্ৰকৃতেৰ্ৱশাৎ ||৯-৮||
ন চ মাং তানি কৰ্ম্মাণি নিবধ্নন্তি ধনঞ্জয় |
উদাসীনৱদাসীনমসক্তং তেষু কৰ্ম্মসু ||৯-৯||
Translation
প্ৰকৃতিৰ সহায়ত মই এই প্ৰাণীসমূহক বাৰে বাৰে সৃষ্টি কৰোঁ। হে ধনঞ্জয়, এই কৰ্মসমূহত মই উদাসীনৰ দৰে অৱস্থিত হোৱা বাবে সেই কৰ্মই মোক বান্ধিব নোৱাৰে।