জ্ঞানবিজ্ঞানযোগ - Verse শ্লোক ১৪
জ্ঞানবিজ্ঞানযোগ
শ্লোক ১৪
দৈৱী হ্যেষা গুণময়ী মম মায়া দুৰত্যয়া |
মামেব য়ে প্ৰপদ্যন্তে মায়ামেতাং তৰন্তি তে ||৭-১৪||
Translation
মোৰ এই দৈৱী গুণময়ী মায়া অতি দুৰতিক্ৰম্য। কিন্তু যিসকলে মোৰ শৰণ লয়, তেওঁলোকে এই মায়া অতিক্ৰম কৰিব পাৰে।